কবিতা : শাওন ~ JOBON.IN

Monday, August 2, 2021

কবিতা : শাওন

 


শাওন

উৎপল ভূঞা


পথাৰৰো আছে গৰ্ভ

পথাৰৰ উৰ্বৰ গৰ্ভত 

তাৰ ঘাম পৰে৷


ঘামে ধোৱা মাটিত

শইচে খোপনি পোতে

পথাৰখন গাভৰু হ’বলৈ ধৰে৷



Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages