শাওন
উৎপল ভূঞা
পথাৰৰো আছে গৰ্ভ
পথাৰৰ উৰ্বৰ গৰ্ভত
তাৰ ঘাম পৰে৷
ঘামে ধোৱা মাটিত
শইচে খোপনি পোতে
পথাৰখন গাভৰু হ’বলৈ ধৰে৷
0 comments:
Post a Comment