কবিতা : সুগন্ধি ফুল ~ JOBON.IN

Friday, July 16, 2021

কবিতা : সুগন্ধি ফুল




 


সুগন্ধি ফুল

প্ৰদীপ কুমাৰ হাজৰিকা


এপাহি সুগন্ধি ফুল

   নাই একো বিয়াকুল

ফুলি আছে মাথোঁ

    সৌন্দৰ্যৰে ভৰি

 

 গছত ফুলিল ফুল

    অতি আনন্দেৰে

প্ৰকৃতিয়ে গাঁঠিলে মালা

   ৰং বিৰঙৰে।


প্ৰকৃতিৰ মালাধাৰ

নাই একো ভিন-পৰ

মাথোঁ আছে য'ত

কাঁইটেৰে ভৰি


       ধুলি-মাকতিয়ে

       ৰাখিছে আৱৰি

       দূৰৈৰ পৰা

      একোকেই 

      মনিব নোৱাৰি৷


Share:

0 comments:

Post a Comment

Labels

Archive

Contact Us

Name

Email *

Message *

Pages