সম্পৰ্ক
প্ৰতিভা ভাগৱতী শৰ্মা
অংকটোত
হৰ আৰু লব
এটা ভগ্নাংশ
আখৰা যুদ্ধৰ
নিবাস আৰু মনৰ
প্ৰেমান্ধ আৰু বিধ্বস্ত
বৰফ গলিলেও
প্ৰলয়ৰ অগ্নি বৰষিবাই
সিহঁত নিশ্চিহ্ন হ'ব।
ঠিকনা :
গাওঁ : চকৰিগাওঁ (নগাঁও)
ফোন : ৯১০১৮৩৭২১২
সম্পৰ্ক
প্ৰতিভা ভাগৱতী শৰ্মা
অংকটোত
হৰ আৰু লব
এটা ভগ্নাংশ
আখৰা যুদ্ধৰ
নিবাস আৰু মনৰ
প্ৰেমান্ধ আৰু বিধ্বস্ত
বৰফ গলিলেও
প্ৰলয়ৰ অগ্নি বৰষিবাই
সিহঁত নিশ্চিহ্ন হ'ব।
ঠিকনা :
গাওঁ : চকৰিগাওঁ (নগাঁও)
ফোন : ৯১০১৮৩৭২১২
0 comments:
Post a Comment