পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পুলিগোৰু ভেংকট সঞ্জয় কুমাৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছে৷
উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ৰামলিঙ্গম সুধাকাৰে শনিবাৰে অৱসৰ গ্ৰহণ কৰে।
আইন মন্ত্ৰালয় ন্যায়াধীশ কুমাৰৰ নিযুক্তিৰ কথা ঘোষণা কৰি ইতিমধ্যে এখন জাননী জাৰি কৰিছে।
0 comments:
Post a Comment