Saturday, February 13, 2021

মণিপুৰ উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ পুলিগোৰু ভেংকট সঞ্জয় কুমাৰ

 পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পুলিগোৰু ভেংকট সঞ্জয় কুমাৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছে৷


উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ৰামলিঙ্গম সুধাকাৰে শনিবাৰে অৱসৰ গ্ৰহণ কৰে।


আইন মন্ত্ৰালয় ন্যায়াধীশ কুমাৰৰ নিযুক্তিৰ কথা ঘোষণা কৰি ইতিমধ্যে এখন জাননী জাৰি কৰিছে।

Share:

0 comments:

Post a Comment

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages