ভাৰতীয় বায়ুসেনাত নিযুক্তি ২০২০ : ভাৰতীয় বায়ুসেনাত ফ্লাইং (Flying) আৰু গ্ৰাউণ্ড ডিউটি (Ground Duty) পদৰ বাবে আবেদন বিচৰা হৈছে৷
কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় বায়ুসেনা (Indian Air Force)ত ফ্লাইং (Flying) আৰু গ্ৰাউণ্ড ডিউটি (Ground Duty) পদৰ টেকনিকে (Technical) আৰু নন-টেকনিকেল (Non-Technical) বিভাগত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে৷
মুঠ পদৰ সংখ্যা : ২৩৫
এয়াৰ চীফ মাৰ্শ্বেল অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷
বিভাগ:
Flying
Ground Duty-Technical
Ground Duty-Non-Technical
খালী পদৰ পৰিমাণ:
Flying : ৬৯
Ground Duty-Technical : ৯৬
Ground Duty-Non-Technical : ৭০
বয়স:
Flying পদৰ প্ৰাৰ্থীৰ জন্ম ১ জানুৱাৰী, ১৯৯৮ৰ পৰা ১ জানুৱাৰী, ২০০২ৰ ভিতৰত হ’ব লাগিব৷ অৰ্থাৎ ১ জানুৱাৰী, ২০২২লৈ ২০-২৪ বছৰ হ’ব লাগিব৷
Ground Duty-Technical আৰু Non-Technical পদৰ প্ৰাৰ্থীৰ জন্ম ১ জানুৱাৰী, ২০২২লৈ ২০-২৬ বছৰ হ’ব লাগিব৷ অৰ্থাৎ প্ৰাৰ্থীৰ ২ জানুৱাৰী, ১৯৯৬ৰ পৰা ১ জানুৱাৰী, ২০০২ৰ ভিতৰত জন্ম হোৱা হ’ব লাগিব৷
বিজ্ঞাপনৰ সবিশেষ জানিবলৈ
ৱেবছাইট: https://careerindianairforce.cdac.in
https://afcat.cdac.in
অন্তিম তাৰিখ:
৩০ ডিচেম্বৰ, ২০২০
0 comments:
Post a Comment