Thursday, December 17, 2020

ভাৰতীয় বায়ুসেনাত নিযুক্তি ২০২০ : ফ্লাইং আৰু গ্ৰাউণ্ড ডিউটি পদৰ বাবে আবেদন মুকলি

 ভাৰতীয় বায়ুসেনাত নিযুক্তি ২০২০ : ভাৰতীয় বায়ুসেনাত ফ্লাইং (Flying) আৰু গ্ৰাউণ্ড ডিউটি  (Ground Duty) পদৰ বাবে আবেদন বিচৰা হৈছে৷


কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় বায়ুসেনা (Indian Air Force)ত ফ্লাইং (Flying) আৰু গ্ৰাউণ্ড ডিউটি  (Ground Duty) পদৰ টেকনিকে (Technical) আৰু নন-টেকনিকেল (Non-Technical) বিভাগত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে৷ 


মুঠ পদৰ সংখ্যা : ২৩৫


এয়াৰ চীফ মাৰ্শ্বেল অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷ 


বিভাগ:

Flying

Ground Duty-Technical

Ground Duty-Non-Technical


খালী পদৰ পৰিমাণ:

Flying : ৬৯

Ground Duty-Technical : ৯৬

Ground Duty-Non-Technical : ৭০


বয়স:

Flying পদৰ প্ৰাৰ্থীৰ জন্ম ১ জানুৱাৰী, ১৯৯৮ৰ পৰা ১ জানুৱাৰী, ২০০২ৰ ভিতৰত হ’ব লাগিব৷ অৰ্থাৎ ১ জানুৱাৰী, ২০২২লৈ ২০-২৪ বছৰ হ’ব লাগিব৷


Ground Duty-Technical আৰু Non-Technical পদৰ প্ৰাৰ্থীৰ জন্ম ১ জানুৱাৰী, ২০২২লৈ ২০-২৬ বছৰ হ’ব লাগিব৷ অৰ্থাৎ প্ৰাৰ্থীৰ ২ জানুৱাৰী, ১৯৯৬ৰ পৰা ১ জানুৱাৰী, ২০০২ৰ ভিতৰত জন্ম হোৱা হ’ব লাগিব৷


বিজ্ঞাপনৰ সবিশেষ জানিবলৈ 

ৱেবছাইট: https://careerindianairforce.cdac.in

https://afcat.cdac.in


অন্তিম তাৰিখ:

৩০ ডিচেম্বৰ, ২০২০

Share:

0 comments:

Post a Comment

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages