Tuesday, December 1, 2020

ভাৰতীয় ষ্টেট বেংকত নিযুক্তি ২০২০ : ফাৰ্মাচিষ্ট পদৰ বাবে আৱেদন আহ্বান

 


ভাৰতীয় ষ্টেট বেংকত নিযুক্তি ২০২০ : ভাৰতীয় ষ্টেট বেংকৰ যোৰহাটৰ প্ৰশাসনিক কাৰ্যালয়, অসমত ফাৰ্মাচিষ্ট পদৰ বাবে আৱেদন আহ্বান৷


ভাৰতীয় ষ্টেট বেংকৰ যোৰহাটৰ প্ৰশাসনিক কাৰ্যালয়ত অৱস্থিত বেংকৰ ডিচপেন্সেৰীত ঠিকাভিত্তিত ফাৰ্মাচিষ্ট নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে৷


নীতি আৰু চৰ্ত :

অৰ্হতা : বি ফাৰ্মা/ এম ফাৰ্মা


সময় : পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজা৷


বয়স : ৩১/১২/২০২০ লৈকে : ৪০ বছৰৰ ভিতৰত৷


পাৰিশ্ৰমিক : একত্ৰিত পৰিমাণ ১২০০ (এহেজাৰ দুশ টকা) প্ৰতিদিনে৷


বায়’দাতাসহ আৱেদন প্ৰ-পত্ৰ অৰ্হতা, অভিজ্ঞতা, কে ৱাই চি ইত্যাদি প্ৰমাণপত্ৰৰ প্ৰতিলিপি আৰু ৫ (পাঁচ) কপি পাছপৰ্ট আকাৰৰ ফটোসহ ৩১/১২/২০২০ তাৰিখৰ ভিতৰত উপ মুখ্য প্ৰবন্ধক (বি এণ্ড অ’), ভাৰতীয় ষ্টেট বেংক, প্ৰশাসনিক কাৰ্যালয়, যোৰহাট, তৰুণৰাম ফুকন পথ, যোৰহাট-৭৮৫০০১ (অসম)ত জমা দিব লাগিব৷ 



প্ৰাৰ্থীসকলে নিজা খৰচত সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব৷ ইয়াৰোপৰি প্ৰাৰ্থীসকলে নিজৰ ই-মেইল আই ডি আৰু যোগাযোগৰ নম্বৰ আৱেদনত উল্লেখ কৰিব লাগিব৷ 


আৱেদন জমা দিয়াৰ ঠিকনা :

উপ মুখ্য প্ৰবন্ধক (বি এণ্ড অ’)

ভাৰতীয় ষ্টেট বেংক

প্ৰশাসনিক কাৰ্যালয়, যোৰহাট, 

তৰুণৰাম ফুকন পথ, 

যোৰহাট-৭৮৫০০১ (অসম)


আৱেদন জমা দিয়াৰ অন্তিম তাৰিখ : ৩১/১২/২০২০


বিজ্ঞাপনৰ সবিশেষ :



Share:

0 comments:

Post a Comment

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages