গৃহৰক্ষী জোৱান মকৰল, ২০২০ : নিন্ম উল্লেখিত জিলাসমূহত নতুন গৃহৰক্ষী জোৱান মকৰল আৰু গৃহৰক্ষীৰ বুনিয়াদী প্ৰশিক্ষণ দিয়া হ’ব৷ উক্ত জিলাসমূহৰ ইচ্ছুক প্ৰাৰ্থীসকলক নিন্ম উল্লেখিত জিলাসমূহৰ গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ কাৰ্যালয়ৰ পৰা আবেদনৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰি অহা ইং ২১/১১/২০২০ তাৰিখৰ ভিতৰত লাগতীয়াল নথি-পত্ৰসহ জমা দিব লাগিব৷
জিলা
১৷ মাজুলী
২৷ চৰাইদেউ
৩৷ হোজাই
৪৷ চিৰাং
৫৷ দক্ষিণ শালমাৰা
৬৷ পশ্চিম কাৰ্বি আংলং
পদৰ সংখ্যা
১৷ মাজুলী : ১১০
২৷ চৰাইদেউ : ১১০
৩৷ হোজাই : ১১০
৪৷ চিৰাং : ১১০
৫৷ দক্ষিণ শালমাৰা : ১১০
৬৷ পশ্চিম কাৰ্বি আংলং : ১১০
আবেদনৰ বাবে যোগাযোগৰ ঠিকনা
১৷ মাজুলী : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, যোৰহাট
২৷ চৰাইদেউ : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, যোৰহাট
৩৷ হোজাই : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, নগাঁও
৪৷ চিৰাং : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, গোৱালপাৰা
৫৷ দক্ষিণ শালমাৰা : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, ধুবুৰী
৬৷ পশ্চিম কাৰ্বি আংলং : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, কাৰ্বি আংলং
আবেদনৰ অন্তিম তাৰিখ : ২১/১১/২০২০
বিজ্ঞাপনৰ সবিশেষ :
0 comments:
Post a Comment