Saturday, November 14, 2020

গৃহৰক্ষী জোৱান মকৰল, ২০২০

 গৃহৰক্ষী জোৱান মকৰল, ২০২০ : নিন্ম উল্লেখিত জিলাসমূহত নতুন গৃহৰক্ষী জোৱান মকৰল আৰু গৃহৰক্ষীৰ বুনিয়াদী প্ৰশিক্ষণ দিয়া হ’ব৷ উক্ত জিলাসমূহৰ ইচ্ছুক প্ৰাৰ্থীসকলক নিন্ম উল্লেখিত জিলাসমূহৰ গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ কাৰ্যালয়ৰ পৰা আবেদনৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰি অহা ইং ২১/১১/২০২০ তাৰিখৰ ভিতৰত লাগতীয়াল নথি-পত্ৰসহ জমা দিব লাগিব৷


জিলা

১৷ মাজুলী

২৷ চৰাইদেউ

৩৷ হোজাই

৪৷ চিৰাং

৫৷ দক্ষিণ শালমাৰা

৬৷ পশ্চিম কাৰ্বি আংলং


পদৰ সংখ্যা

১৷ মাজুলী : ১১০

২৷ চৰাইদেউ : ১১০

৩৷ হোজাই : ১১০

৪৷ চিৰাং : ১১০

৫৷ দক্ষিণ শালমাৰা : ১১০

৬৷ পশ্চিম কাৰ্বি আংলং : ১১০


আবেদনৰ বাবে যোগাযোগৰ ঠিকনা

১৷ মাজুলী : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, যোৰহাট

২৷ চৰাইদেউ : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, যোৰহাট

৩৷ হোজাই : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, নগাঁও

৪৷ চিৰাং : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, গোৱালপাৰা

৫৷ দক্ষিণ শালমাৰা : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, ধুবুৰী

৬৷ পশ্চিম কাৰ্বি আংলং : জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়, কাৰ্বি আংলং


আবেদনৰ অন্তিম তাৰিখ : ২১/১১/২০২০


বিজ্ঞাপনৰ সবিশেষ : 




Share:

0 comments:

Post a Comment

Labels

Archive

Follow by Email

Contact Us

Name

Email *

Message *

Pages