শোণিতপুৰ জিলাত গাঁওবুঢ়া পদত নিযুক্তি ২০২০
শোণিতপুৰ জিলাৰ অন্তৰ্গত (১) তেজপুৰ, (২) ঢেকীয়াজুলি, (৩) ঠেলামৰা, (৪) চাৰিদুৱাৰ আৰু (৫) নদুৱাৰ ৰাজহ চক্ৰৰ অধীনৰ বৰ্তমান খালী হৈ থকা মুঠ ২৯ টা গাঁওবুঢ়া পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে৷
১) তেজপুৰ ৰাজহ চক্ৰ
মৌজা : হলেশ্বৰ মৌজা
গাঁৱৰ নাম : ডেকাচুবুৰী কুণ্ডাৰবাৰী
গাঁৱৰ লাট নং : ৩ নং
পদৰ সংখ্যা : ১টা
২) তেজপুৰ ৰাজহ চক্ৰ
মৌজা : হলেশ্বৰ মৌজা
গাঁৱৰ নাম : সৰুপক্ষীয়াঝাৰ
গাঁৱৰ লাট নং : ৪ নং
পদৰ সংখ্যা : ১টা
৩) তেজপুৰ ৰাজহ চক্ৰ
মৌজা : হলেশ্বৰ মৌজা
গাঁৱৰ নাম : হৰিগাঁও
গাঁৱৰ লাট নং : ১৮ নং
পদৰ সংখ্যা : ১টা
৪) তেজপুৰ ৰাজহ চক্ৰ
মৌজা : ভৈৰৱপদ মৌজা
গাঁৱৰ নাম : মাজগাঁও
গাঁৱৰ লাট নং : ১৫ নং
পদৰ সংখ্যা : ১টা
৫) তেজপুৰ ৰাজহ চক্ৰ
মৌজা : ভৈৰৱপদ মৌজা
গাঁৱৰ নাম : বালিচাপৰি, গেলগেলি
গাঁৱৰ লাট নং : ৩ নং
পদৰ সংখ্যা : ১টা
৬) তেজপুৰ ৰাজহ চক্ৰ
মৌজা : মহাভৈৰৱ মৌজা
গাঁৱৰ নাম : উৰিয়ামগুৰি
গাঁৱৰ লাট নং : ৬ নং
পদৰ সংখ্যা : ১টা
৭) ঢেকীয়াজুলি ৰাজহ চক্ৰ
মৌজা : ঢেকীয়াজুলি মৌজা
গাঁৱৰ নাম : ভুটীয়া আলি
গাঁৱৰ লাট নং : ৬ নং
পদৰ সংখ্যা : ১টা
৮) ঢেকীয়াজুলি ৰাজহ চক্ৰ
মৌজা : ঢেকীয়াজুলি মৌজা
গাঁৱৰ নাম : ১ নং, ২ নং চাৰিআলি চপাই চাহ বাগিচা
গাঁৱৰ লাট নং : ৭ নং
পদৰ সংখ্যা : ১টা
৯) ঢেকীয়াজুলি ৰাজহ চক্ৰ
মৌজা : ঢেকীয়াজুলি মৌজা
গাঁৱৰ নাম : মনোজুলি, মইনাজুলি (অংশ), ঢেকীয়াজুলি চহৰ অংশ ১, ২ আৰু ৪
গাঁৱৰ লাট নং : ২২ নং
পদৰ সংখ্যা : ১টা
১০) ঢেকীয়াজুলি ৰাজহ চক্ৰ
মৌজা : ঢেকীয়াজুলি মৌজা
গাঁৱৰ নাম : গড়মৰা, চেচাবিল, বেলশিৰি, পাভমাৰি, জিকিৰবাৰী
গাঁৱৰ লাট নং : ৩১ নং
পদৰ সংখ্যা : ১টা
১১) ঢেকীয়াজুলি ৰাজহ চক্ৰ
মৌজা : ঢেকীয়াজুলি মৌজা
গাঁৱৰ নাম : ঘগ্ৰা কছাৰী, মনোজুলি পথাৰ
গাঁৱৰ লাট নং : ১৭ নং
পদৰ সংখ্যা : ১টা
১২) ঢেকীয়াজুলি ৰাজহ চক্ৰ
মৌজা : বৰচলা মৌজা
গাঁৱৰ নাম : শিঙৰি সিপৰীয়া, শিঙৰি নেপালী, শিঙৰি আটি, ধিৰাইমুখ, শিঙৰিঘাট, শিঙৰি চাপৰি
গাঁৱৰ লাট নং : ১১ নং
পদৰ সংখ্যা : ১টা
১৩) ঢেকীয়াজুলি ৰাজহ চক্ৰ
মৌজা : বৰচলা মৌজা
গাঁৱৰ নাম : পলাশবস্তী ১, ২ আৰু ৩ নং অংশ, জয়নগৰ
গাঁৱৰ লাট নং : ১৬ নং
পদৰ সংখ্যা : ১টা
১৪) ঠেলামৰা ৰাজহ চক্ৰ
মৌজা : মিছামাৰী মৌজা
গাঁৱৰ নাম : বান্দৰহাগি পথাৰ, বান্দৰহাগি গাঁও, মেজেংজুলী, বেলচিৰি পথাৰ
গাঁৱৰ লাট নং : ১ নং
পদৰ সংখ্যা : ১টা
১৫) ঠেলামৰা ৰাজহ চক্ৰ
মৌজা : মিছামাৰী মৌজা
গাঁৱৰ নাম : নবিল পথাৰ, নেপালী বস্তি
গাঁৱৰ লাট নং : ১০ নং
পদৰ সংখ্যা : ১টা
১৬) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : বিলপাৰা মৌজা
গাঁৱৰ নাম : ঔহোলা, ভোবোলা
গাঁৱৰ লাট নং : ২ নং
পদৰ সংখ্যা : ১টা
১৭) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : বিলপাৰা মৌজা
গাঁৱৰ নাম : আদাবাৰী
গাঁৱৰ লাট নং : ১৮ নং
পদৰ সংখ্যা : ১টা
১৮) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : বাহঁবাৰী মৌজা
গাঁৱৰ নাম : ২ নং বাহুমাৰী, হাতীপুখুৰী
গাঁৱৰ লাট নং : ৯ নং
পদৰ সংখ্যা : ১টা
১৯) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : চাৰিদুৱাৰ মৌজা
গাঁৱৰ নাম : চেঙেলিমাৰী, বাকোলা
গাঁৱৰ লাট নং : ৬ নং
পদৰ সংখ্যা : ১টা
২০) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : চাৰিদুৱাৰ মৌজা
গাঁৱৰ নাম : লখৰা দফলা
গাঁৱৰ লাট নং : ৩ নং
পদৰ সংখ্যা : ১টা
২১) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : চাৰিদুৱাৰ মৌজা
গাঁৱৰ নাম : সোনাই নেপালী
গাঁৱৰ লাট নং : ১৫ নং
পদৰ সংখ্যা : ১টা
২২) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : গৰৈমাৰী মৌজা
গাঁৱৰ নাম : মানশিৰি
গাঁৱৰ লাট নং : ১১ নং
পদৰ সংখ্যা : ১টা
২৩) চাৰিদুৱাৰ ৰাজহ চক্ৰ
মৌজা : ৮গৰৈমাৰী মৌজা
গাঁৱৰ নাম : বোকাজান, ২ নং মালিজান
গাঁৱৰ লাট নং : ১০ নং
পদৰ সংখ্যা : ১টা
২৪) নদুৱাৰ ৰাজহ চক্ৰ
মৌজা : বৰভগীয়া মৌজা
গাঁৱৰ নাম : নিজ বৰভগীয়া
গাঁৱৰ লাট নং : ১২ নং
পদৰ সংখ্যা : ১টা
২৫) নদুৱাৰ ৰাজহ চক্ৰ
মৌজা : বৰভগীয়া মৌজা
গাঁৱৰ নাম : চেঙেলিমৰা
গাঁৱৰ লাট নং : ১৩ নং
পদৰ সংখ্যা : ১টা
২৬) নদুৱাৰ ৰাজহ চক্ৰ
মৌজা : মূঢ়াদল মৌজা
গাঁৱৰ নাম : মাজগাঁও
গাঁৱৰ লাট নং : ১৩ নং
পদৰ সংখ্যা : ১টা
২৭) নদুৱাৰ ৰাজহ চক্ৰ
মৌজা : চিলাবন্ধা মৌজা
গাঁৱৰ নাম : নন্দিকেশ্বৰ
গাঁৱৰ লাট নং : ২ নং
পদৰ সংখ্যা : ১টা
২৮) নদুৱাৰ ৰাজহ চক্ৰ
মৌজা : চিলাবন্ধা মৌজা
গাঁৱৰ নাম : চুটীয়াম
গাঁৱৰ লাট নং : ৪ নং
পদৰ সংখ্যা : ১টা
২৯) নদুৱাৰ ৰাজহ চক্ৰ
মৌজা : চিলাবন্ধা মৌজা
গাঁৱৰ নাম : গাৰিকুৰী
গাঁৱৰ লাট নং : ১৭ নং
পদৰ সংখ্যা : ১টা
মাহিলি পৰিতোষিক : ৬,৫০০ টকা
বিজ্ঞাপনৰ সবিশেষ :